1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।

عَن أَبِي سَعِيدٍ الْخُدْرِيِّ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا تَثَاءَبَ أَحَدُكُمْ فَلْيُمْسِكْ بِيَدِهِ عَلَى فِيهِ، فَإِنَّ الشَّيْطَانَ يَدْخُلُ».

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2995

ব্যাখ্যা

আমনি বা ভাগৰ লগা অৱস্থাত হামি কাঢ়িলে কি কৰিব লাগে সেই বিষয়ে দিশ নিৰ্দেশনা দি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, সেই সময়ত হাতেৰে মুখখন জাপ মাৰি বন্ধ কৰি ৰাখিব লাগে, কাৰণ সেই সময়ছোৱাত মুখখন খোলা থাকিলে ভিতৰত চয়তান প্ৰৱেশ কৰে। গতিকে হাতেৰে বন্ধ কৰিলে প্ৰৱেশ কৰিব নোৱাৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হামি কঢ়াৰ সময়ত মানুহে সক্ষম অনুযায়ী মুখখন বন্ধ ৰাখিব লাগে যাতে খোল নাখায়। আনহাতে যদি বন্ধ ৰাখিবলৈ সক্ষম নহয় তেন্তে মুখৰ ওপৰত হাত ৰাখি প্ৰতিৰোধ কৰিব লাগে।
  2. সকলো অৱস্থাতে ইছলামে নিয়ম-নীতি ধাৰ্য্য কৰিছে। কিয়নো এইটোৱে হৈছে পূৰ্ণাংগ চৰিত্ৰৰ পৰিচয়।
  3. মানুহৰ ভিতৰত চয়তান প্ৰৱেশ কৰিব পৰা সকলো দুৱাৰৰ পৰা সতৰ্ক কৰা উচিত।

অনুবাদ চাওক

45 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية