عن عائشة رضي الله عنها قالت:
كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَذْكُرُ اللهَ عَلَى كُلِّ أَحْيَانِهِ.

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহক স্মৰণ (তথা আল্লাহৰ গুণগান) কৰিছিল।

ছহীহ (মুছলিম) ছহীহ মুছলিম - 373

ব্যাখ্যা

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ গুণগান কৰাৰ ক্ষেত্ৰত খুবেই আগ্ৰহী আছিল, তেখেতে সকলো ক্ষেত্ৰতে আনকি সকলো সময়তে সকলো অৱস্থাতে আল্লাহক স্মৰণ কৰিছিল আৰু তেওঁৰ গুণগান কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ গুণগান কৰিবলৈ সৰু ডাঙৰ কোনো নাপাকীৰ পৰা পৱিত্ৰ হোৱাটো চৰ্ত নহয়।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিয়মিতভাৱে আল্লাহক স্মৰণ কৰি জিকৰ-আজকাৰ কৰিছিল।
  3. নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰি সকলো সময়তে আল্লাহক স্মৰণ কৰিবলৈ তথা তেওঁৰ জিকৰ-আজকাৰ কৰিবলৈ হাদীছটোৰ দ্বাৰা উৎসাহিত কৰা হৈছে। কেৱল সেইসমূহ অৱস্থাৰ বাহিৰে যিসমূহ অৱস্থাত আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ নিষেধ কৰা হৈছে, যেনে- প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়ত।

অনুবাদ চাওক

63 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
FF Fulfulde ফুলানী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
BG Български البلغارية
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية