1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা সম্পৰ্কে কৈছেঃ এওঁলোক দুজন নবী আৰু ৰাছুলসকলৰ বাহিৰে প্ৰথমৰ পৰা শেষলৈ সকলো জান্নাতী বয়সস্থ লোকসকলৰ চৰ্দাৰ হ'ব।

عن أنس رضي الله عنه، قال:
قال رسول الله صلى الله عليه وسلم لأبي بكر وعمر: «هذان سَيِّدا كُهُول أهل الجنة من الأوَّلِين والآخِرين إلا النبيِّين والمرسلين».

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা সম্পৰ্কে কৈছেঃ এওঁলোক দুজন নবী আৰু ৰাছুলসকলৰ বাহিৰে প্ৰথমৰ পৰা শেষলৈ সকলো জান্নাতী বয়সস্থ লোকসকলৰ চৰ্দাৰ হ'ব।"

ছহীহ (তিৰমিজী) ছুনান তিৰমিজী - 3664

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো জনাইছে যে, আবু বকৰ চিদ্দীক আৰু ওমৰ আল-ফাৰূক ৰাদ্বিয়াল্লাহু আনহুমা হৈছে নবীসকলৰ পিছত আটাইতকৈ উত্তম ব্যক্তি। নবী আৰু ৰাছুলসকলৰ পিছত জান্নাতীসকলৰ মাজতো তেওঁলোক দুজন উত্তম।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী আৰু ৰাছুলসকলৰ পিছত আবু বকৰ আৰু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমা হৈছে মানুহৰ মাজত সৰ্বোত্তম ব্যক্তি।
  2. জান্নাতত কোনেও বয়সস্থ নহ'ব। বৰং তাত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিয়ে ৩৩ বছৰৰ যুৱক হ'ব। ইয়াত হয়তো হাদীছটোৰ দ্বাৰা সেইসকল লোকৰ কথা কোৱা হৈছে, যিসকলে বৃদ্ধ অৱস্থাত মৃত্যুবৰণ কৰিছে। নাইবা এই হাদীছটো যিসময়ত বৰ্ণনা কৰা হৈছে সেই সময়ৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে।

অনুবাদ চাওক

48 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية