1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।

عَنْ وَابِصَةَ رضي الله عنه:
أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَأَى رَجُلًا صَلَّى وَحْدَهُ خَلْفَ الصَّفِّ، فَأَمَرَهُ أَنْ يُعِيدَ صَلَاتَهُ.

ওৱাবিছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।

হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ) মুছনাদ আহমদ - 18000

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখিলে যে, এজন ব্যক্তি শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়িছে। এই দেখি তেখেতে তাক নামাজ পুনৰ পঢ়িবলৈ নিৰ্দেশ দিলে। কাৰণ এনেকৈ নামাজ পঢ়িলে নামাজ শুদ্ধ নহয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. জামাআতত নামাজ পঢ়াৰ ক্ষেত্ৰত আগভাগ ল'বলৈ উৎসাহিত কৰা হৈছে। লগতে শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হ'ব নালাগে, অন্যথা নামাজ বাতিল হ'ব।
  2. ইবনু হাজাৰে কৈছেঃ যদি কোনোবাই শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজত প্ৰৱেশ কৰিছে আৰু ৰূকুৰ পৰা উঠাৰ আগতে যদি শাৰীত প্ৰৱেশ কৰে তেন্তে তেওঁৰ বাবে সেই নামাজ পুনৰ পঢ়াৰ প্ৰয়োজন নাই। কিয়নো ইয়াৰ প্ৰমাণ আবূ বাকৰাৰ হাদীছত পোৱা যায়। আনহাতে ইয়াৰ বাহিৰে ওৱাবিছাৰ হাদীছটোৰ অৰ্থ ব্যাপক।

অনুবাদ চাওক

48 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية