1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।

عَنْ مَعْقِلِ بْنِ يَسَارٍ رضي الله عنه أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«الْعِبَادَةُ فِي الْهَرْجِ كَهِجْرَةٍ إِلَيَّ».

মা'ক্বিল বিন য়াছাৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2948

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ফিতনা ফাছাদৰ সময়ত তথা যুদ্ধ বিগ্ৰহৰ সময়ছোৱাত, যেতিয়া মানুহৰ মাজত অৰাজকতাৰ সৃষ্টি হয় সেই সময়ছোৱাত ইবাদতত মনোনিৱেশ কৰিব লাগে তথা ইয়াক মজবুতভাৱে ধাৰণ কৰিব লাগে, ইয়াৰ ছোৱাব হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে হিজৰত কৰাৰ দৰে। কিয়নো এই সময়ছোৱাত সকলোৱে ইবাদতৰ পৰা অমনোযোগী হৈ থাকে। কেৱল আঙুলিত গণিব পৰা লোকৰ বাহিৰে সকলোৱে ইয়াৰ পৰা অমনোযোগী হৈ থাকে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ফিতনাৰ সময়ছোৱাত ফিতনাৰ পৰা সুৰক্ষিত থকাৰ বাবে ইবাদত কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. হাদীছটোত অমনোযোগিতাৰ সময়ত আৰু ফিতনাৰ সময়ত ইবাদত কৰাৰ ফজীলত বৰ্ণিত হৈছে।
  3. মুছলিম ব্যক্তিৰ বাবে উচিত ফিতনাৰ ঠাই পৰিত্যাগ কৰা, লগতে অমনোযোগিতাৰ পৰা সতৰ্ক থকা উচিত।

অনুবাদ চাওক

45 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية