1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।

عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عنهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا انْتَهَى أَحَدُكُمْ إِلَى الْمَجْلِسِ فَلْيُسَلِّمْ، فَإِذَا أَرَادَ أَنْ يَقُومَ فَلْيُسَلِّمْ، فَلَيْسَتِ الْأُولَى بِأَحَقَّ مِنَ الْآخِرَةِ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"

হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ) ছুনান আবি দাঊদ - 5208

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৈঠকত যেতিয়া কোনো ব্যক্তিয়ে প্ৰৱেশ কৰে তেতিয়া তেওঁ উপস্থিত লোকসকলক ছালাম কৰা উচিত। এইদৰে যেতিয়া বৈঠক এৰি গুচি যাব তেতিয়াও ছালাম কৰা উচিত। যোৱাৰ সময়ত দিয়া ছালামতকৈ অহাৰ সময়ত দিয়া ছালামটো বেছি গুৰুত্বপূৰ্ণ নহয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ছালাম প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. বৈঠকত উপস্থিত হোৱাৰ সময়ত আৰু বৈঠকৰ পৰা প্ৰস্থান কৰাৰ সময়ত ছালাম কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. ছিন্ধীয়ে কৈছেঃ হাদীছৰ এই বাণী (যেতিয়া তোমালোকে প্ৰস্থান কৰা) অৰ্থাৎ বৈঠকৰ পৰা, (فليس الأول بأحق) অৰ্থাৎ দুয়োটা আমলেই ছুন্নত আৰু সমপৰ্যায়ৰ আমল, প্ৰথমটোৰ ওপৰত আমল কৰি দ্বিতীয়টোক ত্যাগ কৰাৰ কোনো কাৰণ নাই।

অনুবাদ চাওক

39 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
KN ಕನ್ನಡ কান্নাড়া
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية