1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।

عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«مَلْعُون مَنْ أتَى امرأتَه في دُبُرِها».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।"

হাছান (আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ) ছুনান আবি দাঊদ - 2162

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্কবাণী দিছে যে, স্বামীয়ে যেন স্ত্ৰীৰ মলদ্বাৰেৰে যৌন মিলন নকৰে। কাৰণ এইটো হৈছে আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত হোৱাৰ আৰু অভিশপ্ত হোৱাৰ কাৰণ। তথা এইটো হৈছে এটা মহাপাপ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. স্ত্ৰীৰ মলদ্বাৰত যৌন মিলন কৰা হাৰাম।
  2. মলদ্বাৰৰ পৰিবৰ্তে স্ত্ৰীৰ শৰীৰৰ যিকোনো অংগৰ দ্বাৰা উপকৃত হোৱাত কোনো বাধা নাই।
  3. মুছলিমসকলে স্ত্ৰীৰ সন্মুখৰ লজ্জাস্থানতহে যৌন সম্ভোগ কৰে, যিদৰে আল্লাহে নিৰ্দেশ দিছে। মলদ্বাৰত যৌন মিলন কৰাটো হৈছে স্বাভাৱিক ৰুচিৰ অভাৱ তথা বিকৃত মানসিকতাৰ পৰিচয়, লগতে বংশৰ বিপৰ্যয়। এইদৰে এইটো হৈছে সুস্থ মানসিকতাৰ পৰিপন্থী বিষয়। ইয়াৰ বাহিৰেও ইয়াত আছে স্বামী স্ত্ৰীৰ বাবে বহু ক্ষতি।

অনুবাদ চাওক

48 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية