عَنْ جَرِيرٍ رضي الله عنه عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَنْ يُحْرَمِ الرِّفْقَ يُحْرَمِ الْخَيْرَ».

জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।"

ছহীহ (মুছলিম) ছহীহ মুছলিম - 2592

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হৈছে, সি দ্বীন আৰু দুনিয়াৰ বিষয়বোৰত সফল হ'ব নোৱাৰে, নিজৰ ক্ষেত্ৰতে হওক বা আনৰ ক্ষেত্ৰত, কাৰণ তাক সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত কৰা হৈছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত নম্ৰতাৰ ফজিলত আৰু নম্ৰতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু নিষ্ঠুৰতাক ভৰ্ৎসনা কৰা হৈছে।
  2. নম্ৰতাই ইহকাল আৰু পৰকালত কল্যাণৰ যোগান ধৰে আৰু উভয় জগতৰ বিষয়বোৰক প্ৰশস্ত কৰি দিয়ে। আনহাতে নিষ্ঠুৰতা হৈছে ইয়াৰ বিপৰীত।
  3. উত্তম চৰিত্ৰ আৰু শান্ত সৃষ্ট স্বভাৱৰ পৰা নম্ৰতা প্ৰকাশ পায়। আনহাতে ক্ৰোধ আৰু কঠোৰ স্বভাৱৰ পৰা নিষ্ঠুৰতাৰ জন্ম হয়। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নম্ৰতা আৰু শান্ত আচৰণৰ প্ৰশংসা কৰিছে।
  4. ছুফিয়ান ছাওৰী ৰাহিমাহুল্লাহে তেওঁৰ সংগীসকলক কৈছিলঃ তোমালোকে জানানে নম্ৰতা কাক কয়? নম্ৰতা হৈছে যি ঠাইত যিটোৰ দৰকাৰ সেই ঠাইত সেইটো কৰা। যেনে- কঠিনতা অৱলম্বনৰ ঠাইত কঠিনতা, কোমলতা অৱলম্বনৰ ঠাইত কোমলতা অৱলম্বন কৰা, তৰোৱালৰ ঠাইত তৰোৱাল আৰু চাবুকৰ ঠাইত চাবুক ব্যৱহাৰ কৰা।

অনুবাদ চাওক

52 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية