1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আক্বীদাহ

হাদীছ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।

عن أبي هريرة رضي الله عنه قال:
لعن رسول الله صلى الله عليه وسلم الرجل يلبس لِبْسَةَ المرأة، والمرأة تلبس لِبْسَةَ الرجل.

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"

ছহীহ رواه النسائي في الكبرى وابن ماجه بمعناه وأحمد ছুনান আল-কুবৰা লিন নাছায়ী - 9209

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই ৰখাৰ বদ্দুআ কৰিছে, যিয়ে নাৰীৰ সাদৃশ্যতা গ্ৰহণ কৰি নাৰীৰ পোছাক পৰিধান কৰে। এই সাদৃশ্যতা, ধৰণ-গঠণৰ ক্ষেত্ৰতে হওক বা ৰং আদিৰ ক্ষেত্ৰতে হওক, নাইবা পোছাক পৰিধানৰ পদ্ধতিতে হওক অথবা বেলেগ কোনো সৌন্দৰ্য্যৰ ক্ষেত্ৰতে হওক। এইদৰে সেই নাৰীৰ ক্ষেত্ৰতো অভিসম্পাত কৰিছে, যিয়ে পুৰুষসকলৰ পোছাক পৰিধান কৰি সাদৃশ্য গ্ৰহণ কৰে। এইটো হৈছে এটা মহাপাপ, তথা কাবীৰাহ গুনাহ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শ্বাওকানী ৰাহিমাহুল্লাহে কৈছেঃ পুৰুষসকলে নাৰীসকলৰ আৰু নাৰীসকলে পুৰুষসকলৰ সাদৃশ্যতা গ্ৰহণ কৰা হাৰাম। কিয়নো অভিসম্পাত সেই ক্ষেত্ৰতে কৰা হয় যিটোক হাৰাম কৰা হৈছে।
  2. শ্বাইখ ইবনে উছাইমীনে কৈছেঃ যিবোৰ পোছাক নাৰী পুৰুষ উভয়ে পৰিধান কৰে, তেনেকুৱা পোছাক পৰিধান কৰাত কোনো অসুবিধা নাই। কিয়নো এই ক্ষেত্ৰত উভয়ে অংশীদাৰ।

অনুবাদ চাওক

46 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
NE नेपाली নেপালী
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية