1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।

عَن زَيْدِ بْنِ خَالِدٍ رَضِيَ اللَّهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«مَنْ جَهَّزَ غَازِيًا فِي سَبِيلِ اللَّهِ فَقَدْ غَزَا، وَمَنْ خَلَفَ غَازِيًا فِي سَبِيلِ اللَّهِ بِخَيْرٍ فَقَدْ غَزَا».

ঝায়েদ বিন খালিদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যিয়ে আল্লাহৰ পথত যুদ্ধকাৰী ব্যক্তিক সহায়-সহযোগিতা কৰি যুদ্ধৰ বাবে সাজু কৰি তোলে, তেওঁ যেনিবা নিজেই যুদ্ধ কৰিলে। এইদৰে যিয়ে যুদ্ধকাৰী ব্যক্তিৰ পৰিয়ালৰ উত্তমৰূপে চোৱাচিতা কৰে, তেৱোঁ যোদ্ধাৰ সমান ছোৱাব লাভ কৰে।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 2843

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে যোদ্ধাৰ বাবে তেওঁৰ ভ্ৰমণৰ সম্বল যোগানত অৰিহণা যোগাব আৰু তেওঁৰ প্ৰয়োজন পূৰণত সহযোগিতা আগবঢ়াব, বিশেষকৈ অস্ত্ৰ-শস্ত্ৰ, বাহন, খাদ্য-সামগ্ৰী আৰু টকা-পইচা আদি। তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব আৰু যোদ্ধাৰ দৰেই ছোৱাব লাভ কৰিব।
এইদৰে যিয়ে যোদ্ধাৰ অনুপস্থিতিত তেওঁৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব, তেওঁলোকৰ চোৱাচিতা কৰিব, তেৱোঁ যোদ্ধাৰ দৰেই গণ্য হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুছলিমসকলক কল্যাণৰ ক্ষেত্ৰত সহায়-সহযোগিতা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. ইবনু হাজাৰে কৈছেঃ হাদীছটোত সেই ব্যক্তিৰ সৈতে সদাচৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে, যিয়ে মুছলিমসকলৰ কল্যাণৰ কামত নিয়োজিত থাকে অথবা তেনেকুৱা কোনো গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।
  3. চৰীয়তৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, যিয়ে কাৰোবাক আল্লাহৰ আনুগত্যত সহায় কৰিব, তেওঁ আমলকাৰী ব্যক্তিৰ দৰেই ছোৱাব লাভ কৰিব, আমলকাৰী ব্যক্তিৰ ছোৱাব অকণো হ্ৰাস কৰা নহ'ব।

অনুবাদ চাওক

53 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية