1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফিকহ আৰু উচুলে ফিক্হ

হাদীছ প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।

عن أبي هريرة قال: قال رسول الله صلى الله عليه وسلم:
«حَقٌّ عَلَى كُلِّ مُسْلِمٍ أَنْ يَغْتَسِلَ فِي كُلِّ سَبْعَةِ أَيَّامٍ يَوْمًا، يَغْسِلُ فِيهِ رَأْسَهُ وَجَسَدَهُ».

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
প্ৰতিজন মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন গোছল কৰা অনিবাৰ্য, সেই গোছলত মূৰ আৰু শৰীৰ ধুই লব লাগিব।

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 897

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰতিজন বুদ্ধিমান প্ৰাপ্তবয়স্ক মুছলিমৰ ওপৰতে সপ্তাহত নূন্যতম এদিন হ'লেও গোছল কৰা অনিবাৰ্য, যিদিনা তেওঁ পৱিত্ৰতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ উদ্দেশ্যে নিজৰ মূৰ আৰু গোটেই শৰীৰ ভালকৈ ধুই লব। এইটো জুমুআৰ দিন হ'লে বেছি উত্তম। অন্যান্য হাদীছৰ দ্বাৰা এইটোৱে বুজা যায়। আনহাতে জুমুআৰ দিনা নামাজৰ আগত গোছল কৰাটো হৈছে গুৰুত্বপূৰ্ণ মুস্তাহাব আমল। আনহাতে যদি কোনোবাই ওৱাজিব দায়িত্ব পালন কৰি বৃহস্পতিবাৰে গোছল কৰি লয়, সেই সন্দৰ্ভত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা এটা হাদীছ বৰ্ণিত হৈছে, তেওঁ কৈছে যে, "মানুহে নিজৰ কামখিনি নিজেই কৰিছিল, যেতিয়া তেওঁলোকে জুমুআৰ দিনা জুমুআৰ নামাজলৈ গৈছিল তেতিয়া তেওঁলোকে সেই অৱস্থাতে গৈছিল, তেতিয়া তেওঁলোকক কোৱা হৈছিলঃ যদি তোমালোকে গোছল কৰি ল'লাহেঁতেন।" অন্য এটা বৰ্ণনাত আছে যে, "তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ গোন্ধ ওলাইছিল।" কেৱল ঘামৰ কাৰণে যদি এইটো কোৱা হৈছিল তেন্তে অন্যান্য অৱস্থাৰ কাৰণেতো আৰু অধিক জৰুৰী।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইছলামে পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৱিত্ৰতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
  2. জুমুআৰ দিনা গোছল কৰাটো হৈছে গুৰুত্বপূৰ্ণ মুস্তাহাব আমল।
  3. মূৰ ধোৱাৰ কথা উল্লেখ কৰা হৈছে, যদিও শৰীৰৰ ভিতৰতে এইটোও অন্তৰ্ভুক্ত, সুকীয়াকৈ উল্লেখ কৰাৰ অৰ্থ হৈছে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া।
  4. যদি শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়, যাৰ দ্বাৰা মানুহে কষ্ট পায় তেন্তে গোছল কৰা অনিবাৰ্য।
  5. জুমুআৰ দিনা গোছল কৰিবলৈ বেছি গুৰুত্ব দিয়া হৈছে। কাৰণ এইটো হৈছে বিশেষ গুৰুত্বপূৰ্ণ দিন।

অনুবাদ চাওক

60 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
JA 日本語 জাপানীজ
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
BM Bambara البامبارية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية