عَنْ أَنَسِ بْنِ مَالِكٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«الدُّعَاءُ لاَ يُرَدُّ بَيْنَ الأَذَانِ وَالإِقَامَةِ».

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"

ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী) ছুনান তিৰমিজী - 212

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আজান আৰু ইক্বামতৰ মাজত কৰা দুআৰ ফজীলত উল্লেখ কৰিছে। কাৰণ এই সময়ত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয় আৰু সোনকালে ইয়াৰ প্ৰতি সঁহাৰি দিয়া হয়। গতিকে এই সময়ছোৱাত বেছি বেছি দুআ কৰিব লাগে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই সময়ছোৱাৰ ফজীলত, দুআ কৰবলৈ এই সময়ছোৱা অত্যন্ত উপযুক্ত।
  2. যদি দুআকাৰীয়ে দুআ কৰাৰ সকলো নিয়ম পালন কৰে, লগতে দুআ কৰাৰ ঠাই আৰু উত্তম সময়ত দুআ কৰে, এইদৰে আল্লাহৰ অবাধ্যতাৰ পৰা বিৰত থাকে, সন্দেহ-সংশয়ৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে, তেন্তে আল্লাহে বিচাৰিলে নিশ্চয় তাৰ দুআ কবূল হ'ব।
  3. দুআ কবূল হোৱাৰ বিষয়ে মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ দুআৰ চৰ্তসমূহ, আৰকান আৰু আদাবসমূহ পালনৰ পিছতো যদি দুআ কবূল নহয়, তেন্তে নিজকেই ভৰ্ৎসনা কৰা উচিত, (কাৰণ ক'ৰবাত নহয় ক'ৰবাত নিজৰ ফালৰ পৰাই ত্ৰুটি হৈছে)।
  4. দুআ কবুলৰ অৱস্থাঃ দুআ কৰিলে দুআ হয়তো লগে লগে কবুল হয়, নাইবা সেই অনুপাতে কোনো বিপদ দূৰ কৰি দিয়া হয়। অথবা সেইটো আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হয়। এই প্ৰক্ৰিয়াটো হয় আল্লাহৰ হিকমত আৰু ৰহমত অনুসৰি।

অনুবাদ চাওক

50 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
BN বাংলা বাংলা
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
TA தமிழ் তামিল
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
MOS Moore الموري
MG Malagasy মালাগাছী
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية