عَنْ عُقْبَةَ بْنِ عَامِرٍ الْجُهَنِيِّ رضي الله عنه:
أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَقْبَلَ إِلَيْهِ رَهْطٌ، فَبَايَعَ تِسْعَةً وَأَمْسَكَ عَنْ وَاحِدٍ، فَقَالُوا: يَا رَسُولَ اللهِ، بَايَعْتَ تِسْعَةً وَتَرَكْتَ هَذَا؟ قَالَ: «إِنَّ عَلَيْهِ تَمِيمَةً»، فَأَدْخَلَ يَدَهُ فَقَطَعَهَا، فَبَايَعَهُ، وَقَالَ: «مَنْ عَلَّقَ تَمِيمَةً فَقَدْ أَشْرَكَ».

উকবা বিন আমিৰ আল-জুহানী -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল, তেখেতে সিহঁতৰ মাজৰ ৯ জনৰ বাইআত গ্ৰহণ কৰিলে আৰু এজনৰ নকৰিলে। এই দেখি তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! ন জনৰ পৰা আপুনি বাইআত গ্ৰহণ কৰিলে কিন্তু ইয়াক বাদ ৰাখিলে কিয়, তেখেতে ক'লেঃ "ই তাবিজ বান্ধি ৰাখিছে।" ইয়াৰ পিছত তেওঁ নিজ হাতেৰে সেয়া খুলি পেলালে আৰু তাৰ পিছত তেখেতে বাইআত গ্ৰহণ কৰিলে, আৰু ক'লেঃ "যিয়ে তাবিজ পিন্ধে সি শ্বিৰ্ক কৰে।"

হাছান (আহমদ) মুছনাদ আহমদ - 17422

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা জামাআত আহিল। তেওঁলোক সংখ্যাত আছিল দহজন। তাৰে মাজৰ ন জনৰ পৰা ইছলাম গ্ৰহণ আৰু তেখেতৰ অনুসৰণৰ বাইআত গ্ৰহণ কৰিলে। কিন্তু এজনৰ পৰা গ্ৰহণ নকৰিলে। যেতিয়া ইয়াৰ কাৰণ সম্পৰ্কে তেখেতক প্ৰশ্ন কৰা হ'ল, তেতিয়া তেখেতে ক'লেঃ ইয়াৰ শৰীৰত তাবীজ আছে। বিপদ-আপদ, বেমাৰ-আজাৰ, কুঃদৃষ্টি আদিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে যি বস্তুৱে শৰীৰত ওলোমোৱা নহওক কিয়, সেইটোকে তামীমাহ বোলে। ইয়াৰ পিছত সেই ব্যক্তিজনে তাবীজটো ছিঙি পেলালে, তাৰ পিছতহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ বাইআত গ্ৰহণ কৰিলে। ইয়াৰ পিছত তেখেতে তাবীজৰ বিধান বৰ্ণনা কৰি ইয়াৰ পৰা সতৰ্ক কৰি ক'লেঃ "যিয়ে তাবীজ পিন্ধে সি শ্বিৰ্ক কৰে।"

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যিয়ে আল্লাহৰ বাহিৰে আনৰ ওপৰত ভৰসা কৰে, আল্লাহে তাৰ উদ্দেশ্যৰ বিপৰীতে কাম কৰে।
  2. এই বিশ্বাস কৰি তাবীজ পিন্ধা যে, বেমাৰ-আজাৰ বিপদ-আপদ আদিৰ পৰা ৰক্ষা পোৱা যাব, তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক। আনহাতে যদি কোনোবাই এই বিশ্বাস পোষণ কৰে যে, স্বয়ং এই তাবীজেই উপকাৰ কৰিব তথা ৰক্ষা কৰিব, তেন্তে সেইটো হ'ব শ্বিৰ্কে আকবাৰ বা ডাঙৰ শ্বিৰ্ক।

অনুবাদ চাওক

58 ভাষা
EN English ইংৰাজী
UR اردو উৰ্দু
ES Español স্পেনিছ
ID Indonesia ইন্দোনেচিয়ান
UG ئۇيغۇرچە উইঘোৰ
BN বাংলা বাংলা
FR Français ফৰাচী
TR Türkçe তুৰ্কী
RU Русский ৰুচিয়ান
BS Bosanski বোছনিয়ান
SI සිංහල ছিনহালী
HI हिन्दी হিন্দী
ZH 中文 চাইনিজ
FA فارسی ফাৰ্চি
VI Tiếng Việt ভিয়েতনামীজ
TL Tagalog তাগালোগ
KU Kurdî কুৰ্দিশ
HA Hausa হাওছা
PT Português পৰ্তুগীজ
ML മലയാളം মালয়ালম
TE తెలుగు তেলেগু
SW Kiswahili শ্বাহিলী
MY မြန်မာ বাৰ্মিজ
TH ไทย থাই
DE Deutsch জাৰ্মান
PS پښتو পুস্তু
SQ Shqip আলবেনীয়ান
SV Svenska ছুইডিছ
AM አማርኛ আমহাৰিক
NL Nederlands ডাচ
GU ગુજરાતી গুজৰাটী
KY Кыргызча কিৰ্গিজ
NE नेपाली নেপালী
YO Yorùbá ইউৰোবা
LT Lietuvių লিথুৱেনিয়ান
PRS دری দাৰী
SR Српски ছাৰ্বিয়ান
SO Soomaali ছোমালি
TG тоҷикӣ তাজিক
RW Kinyarwanda কিনিয়াৰাৱাণ্ডা
RO Română ৰোমানিয়ান
HU Magyar হাংগেৰী
CS Čeština চেক
MOS Moore الموري
MG Malagasy মালাগাছী
IT Italiano ইটালিয়ান
OM Oromoo ওৰোমো
KN ಕನ್ನಡ কান্নাড়া
WO Wolof الولوف
AZ Azərbaycan আজেৰি
UZ O‘zbek উজবেক
UK Українська ইউক্ৰেইনীয়ান
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية
KMR Kurmancî الكرمنجية